ৰ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। ‘ৰ’ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ‘ৰ’ উচ্চাৰণ কৰোতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

ৱজীর

ৱজীর

উচ্চারণ

  • – ওয়াজীর৷

বিশেষ্য

  • – মন্ত্রী, vizier; minister.

উৎস

  • – আরবী ৱজীর্৷